Assamassam policebohag bihuFestivalnorth eastPMo indiapoliticalRegionalSocialSocial Networkঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

বিহুৰ সমান্তৰালকৈ ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ

ষ্টাৰ কেম্পেইনাৰৰে ভৰিছে ৰাজ্য

বিহুৰ সমান্তৰালকৈ ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ

ষ্টাৰ কেম্পেইনাৰৰে ভৰিছে ৰাজ্য

১৬ এপ্ৰিলত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী

যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ চলাব প্ৰচাৰ

তিতাবৰত বিশাল গণসমাৱেশত অংশ ল’ব প্ৰিয়ংকাই

২০ এপ্ৰিলত নগাঁৱত প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে

প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুলে

২২ এপ্ৰিলত কৰিমগঞ্জলৈ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মল্লিকাৰ্জুন খাৰ্গেই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.