Internationalleatest update

মধ্য প্ৰাচ্যত পুনৰ যুদ্ধৰ উকমুকনি।

কেওফালে সৃষ্টি হৈছে উত্তেজনা আৰু আতংকৰ।

মধ্য প্ৰাচ্যত পুনৰ যুদ্ধৰ উকমুকনি। ৪৮ ঘণ্টাৰ ভিতৰত ইৰাণে ইজৰাইল আক্ৰমণৰ হুংকাৰ দিয়াৰ পিছতে কেওফালে সৃষ্টি হৈছে উত্তেজনা আৰু আতংকৰ। তাৰ মাজতে মধ্য প্ৰাচ্যত আমেৰিকাৰ যুঁজাৰু বিমানৰ তৎপৰতা।

প্ৰেচিডেণ্ট বাইডেনে আমেৰিকা ইজৰাইলৰ পক্ষত থিয় দিব বুলিও ঘোষণা কৰিছে। ইফালে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইৰাণৰ এয়াৰ স্পেচ এৰাই চলিছে ভাৰতীয় বিমানসমূহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.