অসমজীৱনশৈলীপৰিৱেশ

উত্তৰ-পূবৰ পৰ্যটনৰ বতৰা লৈ লাডাখলৈ অসমৰ ব্লেক হক ৰ’ভাৰ্চৰ বাইক ৰাইডাৰছ

অসমৰ পৰা উত্তৰ-পূবৰ পৰ্যটনস্থলীৰ বতৰা লৈ লাডাখলৈ যাত্ৰা কৰিছে অসমীয়া যুৱকে

লাডাখলৈ অসমীয়া যুৱক। অসমৰ পৰা উত্তৰ-পূবৰ পৰ্যটনস্থলীৰ বতৰা লৈ লাডাখলৈ যাত্ৰা কৰিছে অসমীয়া যুৱকে। ব্লেক হক ৰ’ভাৰ্চৰ অসম শাখাৰ চাৰিজনীয়া বাইক ৰাইডাৰ্চ গৈছে লাডাখলৈ ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা দলটোৱে আৰম্ভ কৰে এই যাত্ৰা ৷

Black Hawk Roversৰ ৰাইডাৰছসকল
Black Hawk Roversৰ ৰাইডাৰছসকল

সম্পূৰ্ণ ২৮ দিনীয়া এই যাত্ৰাত বাইক ৰাইডাৰ্চৰ দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য পৰ্যটন স্থান সমূহৰ বিষয়ে এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব ৷

Black hawk Ridersৰ প্ৰতীক চিহ্ণ
Black hawk Ridersৰ প্ৰতীক চিহ্ণ

হিমাচল প্ৰদেশ হৈ লাডাখত প্ৰৱেশ কৰিবলগীয়া দলটোৱে উত্তৰ-পূবৰ পৰ্যটন থলীসমূহৰ প্ৰচাৰ কৰাৰ লগতে উত্তৰ-পূবলৈ আহিবলৈ সকলোকে আহ্বান জনাব বুলি জানিবলৈ দিয়ে ব্লেক হক ৰ’ভাৰ্চৰ বিষয়ববীয়াই ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 4 =

Back to top button