AssamCMO AssamHimanta Biswa Sarmaleatest updatePMo indiapoliticalRegional

আজি দিনজোৰা কাৰ্যসূচীৰে বৰাকলৈ মুখ্যমন্ত্ৰী…

বৰাকত গৈ ক'ত ক'ত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে।

আজি দিনজোৰা কাৰ্যসূচীৰে বৰাকলৈ মুখ্যমন্ত্ৰী

কেইবাখনো নিৰ্বাচনী জনসভাত অংশ ল’ব CMএ

১১ বজাত হাইলাকান্দিৰ কাটলিচৰাত মুখ্যমন্ত্ৰীৰ সভা

১২.৩০ বজাত দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰত মুখ্যমন্ত্ৰীৰ সভা

২ বজাত কাছাৰৰ কাটিগড়াত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰেলী

৩.৩০ বজাত উদাৰবন্দত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰেলী

সন্ধিয়া শিলচৰত ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.