অসমদৈনিক বাতৰি

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ তৃতীয় দিন, আজিও SP সন্মিলনত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে…

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ তৃতীয় দিন, আজিও SP সন্মিলনত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে...

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ তৃতীয় দিন। আজিও SP সন্মিলনত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি অন্ত পৰিব আৰক্ষী অধীক্ষকৰ সন্মিলন। নিশা মুখ্যমন্ত্ৰীৰ ভাষণেৰে সামৰণি পৰিব সন্মিলনৰ। বঙাইগাঁৱৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন। বঙাইগাঁৱৰ থীম পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সংহত উপায়ুক্ত কাৰ্যালয়টোত থাকিব জিলাখনৰ সকলো বিভাগৰ কাৰ্যালয়। বঙাইগাঁও জিলাৰ পাগলাস্থানস্থিত বীৰ চিলাৰায় উৰণীয়া সেঁতু তলত নতুনকৈ নিৰ্মাণ কৰা বঙাইগাঁও থীম পাৰ্ক ৰাতিপুৱাৰ ভাগত মুকলি কৰি পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে উন্মোচন কৰে এখন বৃহৎ আকাৰৰ জাতীয় পতাকাও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.