অপৰাধঅসমদৈনিক বাতৰি

মুখ খুলিছে বন্দনা কলিতাই! ক’লে কেইটা ঘাপত অমৰৰ ডিঙি কাটিছিল বন্দনাই !!!

কেইটা ঘাপত অমৰৰ ডিঙি কাটিছিল বন্দনাই !!!

অব্যাহত আছে ডাবল মাৰ্ডাৰৰ তদন্ত। আৰক্ষীৰ জেৰাত লাহে লাহে মূখ খুলিছে বন্দনাই। স্বীকাৰ কৰিছে হত্যাকাণ্ড সংঘটিত কৰাৰ বহু কথা । আৰক্ষীৰ জেৰাত অমৰ জ্যোতি দেৰ হত্যাকাণ্ড সন্দৰ্ভত বিষ্ফোৰক স্বীকাৰোক্তি বন্দনাৰ ৷ ৩টা ঘাপত অমৰৰ ডিঙি কাটি পেলাইছিল বন্দনাই। বন্দনাই জনোৱা অনুসৰি সেই সময়ত নিচাসক্ত অৱস্থাত আছিল অৰূপ ডেকা আৰু ধনটি ডেকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + twelve =

Back to top button