অসম

অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মবাৰ্ষিকী: দীঘলীপুখুৰীৰ পাৰত বিজেপিৰ ‘সুশাসন দিৱস’ উদযাপন

অটল বিহাৰী বাজপেয়ীৰ জন্মদিৱসটো সুশাসন দিৱস হিচাপে পালন ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ।

আজি অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। দেশজুৰি উদযাপন বাজপেয়ীৰ জন্মদিন। জন্মদিনৰ দিনটোত স্মৰণ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। জন্মদিন উপলক্ষে দেশজুৰি পালন কৰা হৈছে সুশাসন দিৱস।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰতো বিজেপিৰ উদ্যোগত বিশেষ অনুষ্ঠান। বিজেপি অসম প্ৰদেশে আয়োজন কৰা অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকল।

এই বিশেষ দিনটোত দেশৰ এজন সুশাসক অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.