অসমখেলগুৱাহাটী

প্ৰতিকূল বতৰকো নেওচি প্ৰথমবাৰৰ বাবে আয়োজন আছাম T-20 চেলেঞ্জেছ ট্ৰফী

প্ৰতিযোগিতাৰ লাইভ সম্প্ৰচাৰ Fan code নামৰ appত

প্ৰতিকূল বতৰকো নেওচি প্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰিলে  আছাম T-20 চেলেঞ্জেছ ট্ৰফী।

৬টা দলৰ মাজত T-20 প্ৰতিযোগিতাৰ চলিব শৃংখলা। এই প্ৰতিযোগিতাখনৰ পৰাই আগন্তুক মুস্তাক আলি ৰাষ্ট্ৰীয় T20 প্ৰতিযোগিতাৰ বাবে অসমৰ দলটো নিৰ্বাচন কৰা হ’ব।

অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া মুস্তাক আলি ৰাষ্ট্ৰীয় T-20 প্ৰতিযোগিতাৰ লাইভ সম্প্ৰচাৰ হ’ব fan code নামৰ appটোত।

T-20 প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলকেইটা ক্ৰমে Kaziranga heros, Barak bravers, Manas tigers, Subansiri champs, Brahmaputra boys, Dihing patkai riders।

উল্লেখ্য যে, প্ৰতিটো দলত থাকিব ১৫জনকৈ খেলুৱে। সৰ্বমুঠ ৯০গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + four =

Back to top button