অসম

জনস্বাৰ্থৰ খাতিৰত পুনৰ তিনি মাহলৈ অস্ত্ৰ বিৰতিৰ ঘোষণা আলফা(স্বাঃ)ৰ

এক প্ৰেছ বিবৃতিযোগে আলফা(স্বাঃ)য়ে ঘোষণা কৰিলে অস্ত্ৰ বিৰতিৰ কথা।

অসমবাসীলৈ সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ বিশেষ ঘোষণা। এক প্ৰেছ বিবৃতিযোগে আলফা(স্বাঃ)য়ে ঘোষণা কৰিলে অস্ত্ৰ বিৰতিৰ কথা।

উল্লেখ্য যে, ১৪ মে’, ২০২১ তাৰিখৰ পৰা বাহাল ৰখা একপক্ষ অস্ত্ৰ বিৰতিৰ ম্যাদ অসমৰ জনস্বাৰ্থৰ খাতিৰত আজিৰ পৰা বলবৎ হোৱাকৈ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰা হৈছে।  উক্ত সময়ছোৱাত সংগঠনটোৱে সকলো ধৰণৰ সামৰিক কাৰ্য্যকলাপৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰে।

জনস্বাৰ্থৰ খাতিৰত পুনৰ তিনি মাহলৈ অস্ত্ৰ বিৰতিৰ ঘোষণা আলফা(স্বাঃ)ৰ

দেওবাৰে, সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)য়ে এক বিবৃতিযোগে ঘোষণা কৰে এই কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 7 =

Back to top button