অসম

অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP, কি আছে SOPত?

৩১ ডিচেম্বৰৰ নিশা নাথাকিব সান্ধ্য আইন

⚫অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP

⚫নিশা ১১.৩০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ সান্ধ্য আইন

⚫নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ

⚫৩১ ডিচেম্বৰৰ নিশা নাথাকিব সান্ধ্য আইন

⚫সভা সমিতিসমূহত ৫০ শতাংশ আসনৰ ব্যৱহাৰ

⚫৫০ শতাংশ আসনৰ অনুমতি চিনেমা হলত

⚫কাইলৈৰ পৰা বলৱৎ হ’ব নতুন SOP

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.