অসমগুৱাহাটীদৈনিক বাতৰিশিক্ষা

অসম আৰক্ষীৰ বাচনি পৰীক্ষাৰ ফলাফল ঘোষণা, ১১মে’ত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ

অসম আৰক্ষীৰ বাচনি পৰীক্ষাৰ ফলাফল ঘোষণা

সংবাদমেলযোগে ঘোষণা DGP জি পি সিঙৰ

৫ হাজাৰ ৭৩০ পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা

৪টা বিভাগত অনুষ্ঠিত হৈছিল পৰীক্ষা

৫,৭৩০ টাৰ ভিতৰত নিযুক্তি লাভ ৫,৪২১ জনৰ

আৰক্ষীৰ অনাতাঁৰ, অগ্নিনিৰ্বাপকৰ ৫৫৫টা পদৰ ফলাফল

অসম আৰক্ষী স্নাতক পৰ্যায়ৰ ৩৮০টা পদৰ ফলাফল

HSLC, HS পৰ্যায়ৰ ৩,১২৭টা পদৰ ফলাফল ঘোষণা

৪ৰ্থ বৰ্গৰ ১,৬৬৬টা পদৰ ফলাফল ঘোষণা

১১মে’ত বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ

ৱেৱছাইটযোগে ফলাফলসমূহ লাভ কৰিব প্ৰাৰ্থীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button