অসমধৰ্মীয়

এইবাৰ ব্যতিক্ৰমী হ’ব ঈদ, ঈদৰ পূৰ্বে ৰাজ্য চৰকাৰে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা…

সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গো, উট আদিৰ কুৰবানি। এইবাৰ ঈদত হত্যা কৰিব নোৱাৰিব গো-ধন।

আহি পালে ঈদ। ধৰ্মীয় উৎসৱ ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ। বছৰেকৰ মূৰত ঈদ উদযাপনৰ বাবে ৰাজ্য়ৰ ভিন্ন প্ৰান্তত সাজু হৈছে সকলো। কিন্তু ঈদৰ পূৰ্বে এক বিশেষ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে।

 

বিগত বৰ্ষৰ দৰে এইবাৰ নহ’ব ঈদ। কিয়নো এইবাৰ হ’ব ব্যতিক্ৰমী ঈদ। নিষিদ্ধ ঘোষণা কৰা হ’ল ঈদৰ কুৰবানি।
সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ল গো, উট আদিৰ কুৰবানি। এইবাৰ ঈদত হত্যা কৰিব নোৱাৰিব গো-ধন।

 

ঈদৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। বিষয় সন্দৰ্ভত প্রতিখন জিলাৰ উপায়ুক্তলৈও পত্র প্রেৰণ ৰাজ্য চৰকাৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.