Covid-19অসম

ৰাজ্যত দৈনিক বৃদ্ধি ক’ভিডৰ সংক্ৰমণ, ক’ভিডত আক্ৰান্ত ৩,৩৯০জন লোক

এই পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে ৪ জন লোকে

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত দৈনিক বৃদ্ধি ক’ভিডৰ সংক্ৰমণ।

শনিবাৰৰ দিনটোত ৩,৩৯০ জনৰ দেহত ধৰা পৰিছে ভাইৰাছ। শনিবাৰৰ দিনটোত সম্পন্ন হৈছে ৩৪,৩৫৫টা টেষ্ট।

আনহাতে কামৰূপ(ম)ত ৯১৯জনৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে ৪ জন লোকে। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে ৯৬.০৭%।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.