Assamassam policeleatest updateSocial

বিগত ৫ বছৰত ৰাজ্যত ৰুজু ৩১৬ টা দুৰ্নীতি বিষয়ক গোচৰ

২০২৩ৰ জানুৱাৰীৰ পৰা আগষ্টলৈ ৬৪৩টা হত্যাকাণ্ড সংঘটিত

বিগত ৫ বছৰত ৰাজ্যত ৰুজু ৩১৬ টা দুৰ্নীতি বিষয়ক গোচৰ
২০১৮ৰ পৰা ২৩ লৈ ইয়াৰে ৯১ টা গোচৰ ৰুজু CIDত
CM ভিজিলেন্সত ২০১৮-২০২৩ৰ আগষ্টলৈ ২৭ টা গোচৰ ৰুজু
এতিয়ালৈকে সৰ্বমুঠ ৪৭৯জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে
ইয়াৰে ভিতৰত ২৩৪ জনৰ বিৰুদ্ধে আদালতত দিয়া হৈছে কেচ ডায়েৰী
ৰাজ্যত মাটিৰ দালালৰ গোচৰত ৪৯১ জনক গ্ৰেপ্তাৰ কৰা হৈছে
বাল্যবিবাহ সম্পৰ্কীয় গোচৰত ৩,৯০৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে
ইয়াৰে ৩,৩১৯ জনৰ বিৰুদ্ধে POCSO আইনৰ ধাৰা লগোৱা হৈছে
২০২৩ৰ জানুৱাৰীৰ পৰা আগষ্টলৈ ৬৪৩টা হত্যাকাণ্ড সংঘটিত হৈছে
সংঘটিত হৈছে ৬৩৯টা ধৰ্ষণ, ৪২টা ডকাইতি, ৪১৩টা লুটপাটৰ ঘটনা
বিধানসভাত এই তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
বিৰোধী দলপতি দেৱব্ৰত শ‌ইকীয়াৰ লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + two =

Back to top button