Covid-19বলিউডবোলছবিভাৰতসংগীতস্বাস্থ্য

ICUত আছে লতা মংগেশকাৰ, কিন্তু কেনে আছে তেওঁ ?

ক'ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ শেহতীয়াকৈ আইচিইউত ভৰ্তি কৰোৱা হৈছিল লতা মংগেশকাৰক। ক'ৰোনাৰ লগতে নিউমোনিয়াতো ভুগিছিল তেওঁ।

ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ শেহতীয়াকৈ আইচিইউত ভৰ্তি কৰোৱা হৈছিল লতা মংগেশকাৰক। ক’ৰোনাৰ লগতে নিউমোনিয়াতো ভুগিছিল তেওঁ। লতা মংগেশকাৰক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আগতকৈ অৱস্থা কিছু উন্নত যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে বৰ্তমানেও আইচিইউত ৰখা হৈছে তেওঁক।

চিকিৎসকসকলে কণ্ঠশিল্পীগৰাকীৰ অৱস্থা নিৰন্তৰ নিৰীক্ষণ কৰি আছে। আৰু ৭ ৰ পৰা ৮ দিনৰ বাবে চিকিৎসালয়ত ৰখা হ’ব লতা মংগেশকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.