শ্ৰেণীবিহীন

সমাগত অম্বুবাচী মেলা, ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী, তৎপৰ মহানগৰ জিলা প্ৰশাসন

সমাগত অম্বুবাচী মেলা, ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী, তৎপৰ মহানগৰ জিলা প্ৰশাসন

সমাগত অম্বুবাচী মেলা

২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী

তৎপৰ মহানগৰ জিলা প্ৰশাসন

প্ৰশাসনৰ শীৰ্ষ বিষয়া, মন্দিৰ পৰিচালনাৰ বৈঠক

জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বৈঠক

মহানগৰীৰ স্বচ্ছতাৰ বাবে লোৱা হ’ব বিশেষ পদক্ষেপ

ভক্তৰ সুবিধাৰ্থে কৰা হ’ব সকলো ব্যৱস্থা

কঠোৰ কৰি তোলা হ’ব মহানগৰীৰ নিৰাপত্তা

সমাগত অম্বুবাচী মেলা। কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ চলিব এইবৰ্ষৰ অম্বুবাচী মেলা। মেলাক লৈ অধিক তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ প্ৰশাসন। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, মেলা আয়োজনৰ ৱিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা দেৱালয়ৰ দলসহিতে কেইবাজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই বৈঠকত। ভক্তসকলৰ কোনো অসুবিধা নোহোৱাকৈ সুচাৰুৰূপে যাতে অম্বুবাচী মেলা অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে অধিক তৎপৰ হোৱা দেখা যায় প্ৰশাসনক। গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ বাবে লোৱা হ’ব বিশেষ পদক্ষেপ। নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ অহা–যোৱা পথ কৰি তোলা হ’ব আলোকিত। মহানগৰীৰ প্ৰান্তে প্ৰান্তে গঢ়ি তোলা হ’ব স্বাস্থ্য শিবিৰ। সমান্তৰালকৈ মহানগৰীত অম্বুবাচীক লৈ গঢ়ি তোলা হ’ব নিৰাপত্তা বেষ্টনী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.