leatest updateঅসমদৈনিক বাতৰি

আজিৰ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

কি এই সিদ্ধান্তসমূহ, পঢ়ক...

আজিৰ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল কৰা হ’ব ষ্টাম্প পেপাৰ

মেডিকেল শিক্ষাত ১০ শতাংশ আসন NRIৰ বাবে সংৰক্ষণ

কেইবাটাও জনগোষ্ঠীৰ বাবে মেডিকেলত আসন সংৰক্ষণ

মৰাণৰ বাবে ৮খন, মটকৰ বাবে ৮খন, আহোমৰ বাবে ১০খন

চুতীয়াৰ বাবে ৯খন, কোচ ৰাজবংশীৰ বাবে ১৩খন

BDSত সকলোৰে বাবে এখনকৈ আসন সংৰক্ষণ

কাৰ্যবাহী অভিযন্তাক নিযুক্তি দিব পাৰিব স্বায়ত্তশাসিত পৰিষদে

২১ জুনত ৰাজ্যজুৰি চৰকাৰৰ উদ্যোগত যোগ দিৱস

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.