অসমআঞ্চলিক

ৰাজ্যিক কেবিনেটত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত!

বৈঠকৰ পাছত সংবাদমেল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক! বৈঠকৰ পাছত সংবাদমেল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ, কেবিনেটত গ্ৰহণ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

১, যোৰহাট, ডিব্ৰুগড়ত দুটা দুগ্ধ প্ৰকল্প স্থাপনৰ সিদ্ধান্ত
২, আজাৰাত স্থাপন হ’ব দুখন নতুন বিশ্ববিদ্যালয়
৩, প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত
৪, আগন্তুক বিধানসভাত উত্থাপন হ’ব বিধেয়ক

৫, ন্যায় প্ৰক্ৰিয়া সুচল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
৬, প্ৰত্যাহাৰ কৰিব সাধাৰণ শ্ৰেণীৰ গোচৰ
৭, ন্যায়ালয়ত অমীমাংসিত ৪ লাখ ১৯ হাজাৰ গোচৰ
৮, সাধাৰণ শ্ৰেণীৰ গোচৰ প্ৰত্যাহাৰে সুচল কৰিব ন্যায় প্ৰক্ৰিয়া

৯, নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হ’ব
১০, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বাবে ধাৰ্য অতিৰিক্ত ৩৯৭ কোটি টকা
১১, দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে নতুন ব্যৱস্থা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.