অৰ্থনৈতিকঅসম

আজিৰে পৰা ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন

পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব বাজেট অধিৱেশন

◾আজিৰে পৰা ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন

◾পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব বাজেট অধিৱেশন

◾ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন

◾১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট

◾এইবাৰৰ বাজেট অধিৱেশনত উত্থাপন হ’ব ৭খন বিধেয়ক

◾১ এপ্ৰিললৈ চলিব বাজেট অধিৱেশন

◾প্ৰত্যাশাপূৰ্ণ বাজেটক লৈ অপেক্ষা সাধাৰণ ৰাইজৰ

◾শাসকক ঘেৰিবলৈ সাজু বিৰোধী

◾সৰৱ বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ সাজু শাসকীয় পক্ষ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − three =

Back to top button