leatest updateঅসমদৈনিক বাতৰি

কামাখ্যা মন্দিৰত নিষিদ্ধ হ’ব ম’বাইল ফোন আৰু কেমেৰা।

সিদ্ধান্ত গ্ৰহণৰ দিশে কামাখ্যা মন্দিৰ পৰিচালনা সমিতি।

কামাখ্যা মন্দিৰত নিষিদ্ধ হ’ব ম’বাইল ফোন আৰু কেমেৰা। মন্দিৰৰ চৌহদত ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল, কেমেৰা। ম’বাইল, কেমেৰা ব্যৱহাৰত থাকিব বিশেষ নিৰ্দেশনা। সিদ্ধান্ত গ্ৰহণৰ দিশে মন্দিৰ পৰিচালনা সমিতি।

উল্লেখেয যে, সাধাৰণ দৰ্শনাৰ্থীৰ বাবে নিষিদ্ধ হ’ব পাৰে ম’বাইল, কেমেৰাৰ ব্যৱহাৰ। কঠোৰ হ’ব কামাখ্যাৰ পৰিচালনা সমিতি। বহিঃৰাজ্যৰ তীৰ্থস্থান সমুহৰ দৰে কঠোৰ হ’ব পৰিচালনা সমিতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 3 =

Back to top button