Assamঅসমআঞ্চলিকউৎসৱদৈনিক বাতৰি

ৰাস মহোৎসৱৰ বাবে বিশেষভাৱে সাজু হৈছে মাজুলীৰ পাৰঘাটসমূহ…..

ৰাস মহোৎসৱৰ বাবে বিশেষভাৱে সাজু হৈছে মাজুলীৰ পাৰঘাটসমূহ

ৰাস মহোৎসৱৰ বাবে বিশেষভাৱে সাজু হৈছে মাজুলীৰ পাৰঘাটসমূহ। ভক্তপ্ৰাণ ৰাইজ তথা পৰ্যটকে যাতে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ৰাসৰ সময়ছোৱাত মাজুলীলৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা। উত্তৰ অসম আৰু মাজুলী সংযোগী চমু পাৰঘাট, ধুনাগুৰি পথালি পাৰঘাট সাজু হৈছে যাত্ৰীক সুবিধা প্ৰদানৰ বাবে।

ৰাসৰ সময়ছোৱাত ১০ মিনিটৰ ভিতৰতে পাৰ হ’ব পৰা যাব মাজুলীলৈ অথবা মাজুলীৰ পৰা উত্তৰ অসমলৈ। ৰেম্পৰ সুবিধাৰ লগতে নতুন কেইবাখনো নাৱৰ ব্যৱস্থা কৰিছে ঘাট কৰ্তৃপক্ষই। পুৱা ৭ বজাৰ পৰা ফেৰীসেৱা আৰম্ভ হ’ব। আনহাতে নিশাৰ ভাগটো ফেৰীৰ অভাৱত যাতে যাত্ৰী আহুকালত ভুগিব নালাগে তাৰো ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.