Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

২ দিনৰ SITৰ জিম্মাত নন্দবাবু সিং, CIDৰ কাৰ্যালয়ত মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ….

২ দিনৰ SITৰ জিম্মাত নন্দবাবু সিং

ৱাহিদা বেগমক পুনৰ ২ দিনলৈ SITৰ জিম্মাত

দুয়োকে আজি হাজিৰ কৰোৱা হয় সত্ৰ ন্যায়ালয়ত

সোমবাৰে গ্ৰেপ্তাৰ হৈছিল নন্দবাবু সিং

APSCৰ পূৰ্বৰ পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু

CIDৰ কাৰ্যালয়ত মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ

SITৰ মাৰাথান জেৰাত পোহৰলৈ বহু বিস্ফোৰক তথ্য

প্ৰায় ৪০ হাজাৰ উত্তৰবহী জ্বলাই দিছিল নন্দবাবুৱে

শনিবাৰে শিলচৰৰ পৰা আটক কৰিছিল SITএ

কন্যা মিনাৰ্ভাক বক্ৰপথেৰে চাকৰি দিয়াৰ অভিযোগ

ৰাকেশ পালৰ সোঁহাতস্বৰূপ আছিল নন্দবাবু সিং

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.