Assamassam policeCMO AssamHimanta Biswa Sarmaleatest updateঅসম আৰক্ষী

অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী; ৩৬ দিনত ৰাজ্যত ১০টাকৈ এনকাউণ্টাৰ

দুৰ্ধৰ্ষ চোৰ, ডকাইত, হত্যাকাৰী, গো-সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে গৰজি উঠিছে আৰক্ষীৰ বন্দুক

৩৬ দিনত ৰাজ্যত ১০টাকৈ এনকাউণ্টাৰ

ডিচেম্বৰ মাহৰ প্ৰথম ১০টা দিনতে গুলীবিদ্ধ ৫টাকৈ অভিযুক্ত

দুৰ্ধৰ্ষ চোৰ, ডকাইত, হত্যাকাৰী, গো-সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

৫ নৱেম্বৰত তামাৰহাটত আৰক্ষীৰ এনকাউণ্টাৰ

ধুবুৰী আৰক্ষীৰ গুলীত গুলীবিদ্ধ এটা গো-সৰবৰাহকাৰী

৭ নৱেম্বৰতো গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ

১৯ নৱেম্বৰত কৰিমগঞ্জৰ ৰাতাবাৰীত আৰক্ষীৰ গুলীচালনা

মন্দিৰ জ্বলোৱাৰ অপৰাধত গুলীবিদ্ধ হৈছিল আনোৱাৰ আলী

২১ নৱেম্বৰত নগাঁৱত গুলীচালনা

আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগ্ছ মাফিয়া হেকমত আলী

৬ ডিচেম্বৰত ৰূপহীহাটত এনকাউণ্টাৰ

ডকাইত ওমৰ ফাৰুকলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

৭ ডিচেম্বৰত কোকৰাঝাৰত গৰজি উঠিল আৰক্ষীৰ বন্দুক

১০ ডিচেম্বৰত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

কাছাৰত আৰক্ষীৰ গুলীত গুলীবিদ্ধ জাবিৰ হুছেইন

কমলপুৰত গুলীবিদ্ধ হৈছিল দিলীপ বিশ্বাস

১১ ডিচেম্বৰত নিশা দেৰগাঁৱতো আৰক্ষীৰ এনকাউণ্টাৰ

নিহত লাগান চাহানী নামৰ এটা গভাইত চোৰ

নিশা চাহানীক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে

অভিযানৰ সময়তে আৰক্ষীৰ গুলীত নিহত লাগান চাহানী

ঘটনাস্থলীৰ পৰা জব্দ 7.65mm পিষ্টল, সজীৱ গুলী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + twenty =

Back to top button