Assampoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জম্মু আৰু কাশ্মীৰক লৈ উত্তাল ৰাজ্যসভাৰ মজিয়া, J&K সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপনৰ পিছতে উত্তাল পৰিৱেশ

জম্মু আৰু কাশ্মীৰক লৈ উত্তাল ৰাজ্যসভাৰ মজিয়া

শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা

J&K সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপনৰ পিছতে উত্তাল পৰিৱেশ

গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে দুয়োখন বিধেয়ক

লোকসভাই ইতিমধ্যে অনুমোদন জনাইছে বিধেয়ক দুখনত

বিধেয়ক দুখনৰ আলোচনাৰ সময়তে সৃষ্টি হুলস্থূলীয়া পৰিৱেশৰ

ডি এম কে সাংসদৰ মন্তব্যত জাঙুৰ খাই উঠে শাসকীয় পক্ষ

হুলস্থূল নিয়ন্ত্ৰণৰ বাবে আপ্ৰাণ চেষ্টা উপ-ৰাষ্ট্ৰপতিৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 20 =

Back to top button