অসমদৈনিক বাতৰি

বিদ্যুৎ মাচুল বৃদ্ধিৰ নতুন নিৰ্দেশনা, ৰাজ্যৰ ৯৯ পইচা পৰ্যন্ত বৃদ্ধি পাব মাচুল….

বিদ্যুৎ মাচুল বৃদ্ধিৰ নতুন নিৰ্দেশনা, ৰাজ্যৰ ৯৯ পইচা পৰ্যন্ত বৃদ্ধি পাব মাচুল....

বিদ্যুৎ মাচুল বৃদ্ধিৰ নতুন নিৰ্দেশনা

ৰাজ্যৰ ৯৯ পইচা পৰ্যন্ত বৃদ্ধি পাব মাচুল

APDCLৰ সংশোধনী মাচুল বৃদ্ধিৰ নিৰ্দেশনা জাৰি

পূৰ্বৰ নিৰ্দেশনাত সামান্য সালসলনি

৩০০ ইউনিটলৈ বৃদ্ধি নহয় বিদ্যুৎ মাচুল

৩০১-৫০০ ইউনিটলৈ বৃদ্ধি পাব ২০ পইচা

৫০০ ইউনিটত বৃদ্ধি পাব ৯৯ পইচা

বাণিজ্যিক আৰু উদ্যোগিক খণ্ডত বৃদ্ধি পাব মাচুল

৫৯ পইচাকৈ বৃদ্ধি পাব বিদ্যুতৰ বিল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.