AssamCity newsInternationalInternationalleatest updatenationalSocialSocial Network

পুনৰ অসমলৈ অমিত শ্বাহ, প্ৰিয়ংকা গান্ধী

কেতিয়া আহিব ক'ত চলাব নিৰ্বাচনী প্ৰচাৰ ?

নিৰ্বাচনৰ প্ৰকক্ষণত ষ্টাৰ কেম্পেনাৰ, নেতা পালিনেতাৰ নিৰ্বাচন কেন্দ্ৰীক প্ৰচাৰ তুংগত হোৱাৰ লগতে আকৰ্ষণীয় হৈ পৰিছে সভা সমিতি অব্যাহত আছে নিৰ্বাচন কেন্দ্ৰীক চুপতি । তাৰ মাজতে অসমলৈ আহিব অমিত শ্বাহ, প্ৰিয়ংকা গান্ধী ।

প্ৰিয়ংকা গান্ধী

পুনৰ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

২ মে’ত অসমলৈ প্ৰিয়ংকা

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে

ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকাই

সংখ্যালঘু অধ্যুষিত ধুবুৰীত প্ৰিয়ংকাৰ প্ৰচাৰত গুৰুত্ব

 

অমিত শ্বাহ

২৯ এপ্ৰিলত পুনৰ অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব গৃহমন্ত্ৰী

গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ

গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে

গৃহমন্ত্ৰীক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি

অমিত শ্বাহৰ আগমনক লৈ শুকুৰবাৰে গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত পৌৰ নিগমৰ পাৰিষদসকলৰ অংশগ্ৰহণ

উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.