Assamassam policenorth eastSocialSocial Networkঅসমদৈনিক বাতৰি

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোন সমষ্টিত ভোটদানৰ হাৰ কিমান 

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত ভোটদানৰ হাৰ বৃদ্ধি

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোন সমষ্টিত ভোটদানৰ হাৰ কিমান

 

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত

উৎকট গৰমৰ মাজতো ৰাজ্যত উৎসাহী ভোটাৰ

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত ভোটদানৰ হাৰ বৃদ্ধি

৫টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ সম্পন্ন

৬১ প্ৰাৰ্থীৰ ভাগ্য বন্দী EVMত

ভোটগ্ৰহণ সম্পন্ন নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ

দৰং-ওদালগুৰিতো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

অসমৰ ৫ সমষ্টিত ভোটদানৰ হাৰ 77.35%

দৰং-ওদালগুৰি সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 78.41%

ডিফু সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 73.11%

কৰিমগঞ্জ সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 75.63%

নগাঁও সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 80.56%

শিলচৰ সংসদীয় সমষ্টিত ভোটদানৰ হাৰ 75.97%

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.