AssamCity newspoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘গৌৰৱ গগৈক বাদে সকলো কংগ্ৰেছী বিজেপিৰ মানুহ’ : বিধায়ক কৰিম উদ্দিন বৰভূঞা

কংগ্ৰেছৰ কণ্ডলক লৈ AIUDF বিধায়কৰ প্ৰতিক্ৰিয়া

প্ৰতিক্ৰিয়া বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

‘গৌৰৱ গগৈক বাদে সকলো কংগ্ৰেছী বিজেপিৰ মানুহ’

‘মুখ্যমন্ত্ৰীৰ কথামতে পৰিচালনা হ’লে প্ৰকৃত কৰ্মীখিনি অসন্তুষ্ট হ’বই’

‘ৰকিবুল হুছেইন কংগ্ৰেছৰ কাৰণে বৃহৎ বাধা হৈ পৰিছে’

‘বন্ধুৰ কথামতে কংগ্ৰেছ চলোৱাত দলটো ধ্বংস হৈছে’

কংগ্ৰেছৰ ৪-৫ জন বিধায়কৰ সৈতে AIUDFৰ যোগাযোগ

‘ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ ফোন অহালৈ বাট চাই থাকে’

‘ভূপেন বৰাই নিজে লক্ষ্মণ ৰেখা পাৰ কৰিছে’

‘ভূপেন বৰাই কংগ্ৰেছক থান-বান কৰিছে’

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.