AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কেন্দ্ৰৰে আলোচনা বিফল কৃষক সংগঠনৰ, দিল্লী সীমান্ত কঁপাইছে হাজাৰ হাজাৰ কৃষকে……

কেন্দ্ৰৰে আলোচনা বিফল কৃষক সংগঠনৰ

দিল্লী সীমান্ত কঁপাইছে হাজাৰ হাজাৰ কৃষকে

প্ৰতিবাদী কৃষকৰ আজি পুনৰ দিল্লী চ’লো কাৰ্যসূচী

শ শ ট্ৰেক্টৰ, বুলড’জাৰ লৈ কৃষকৰ প্ৰতিবাদী সমদল

হাৰিয়ানা-পাঞ্জাৱ সীমান্তত কন্দুৱা গেছ প্ৰয়োগ

সীমান্তত কৃষকক বাধা দিয়াৰ বাবে আৰক্ষীৰ প্ৰচেষ্টা

দিল্লীতো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

বেৰিকেডেৰে ঘেৰি ৰাখিছে দিল্লীৰ প্ৰৱেশ পথসমূহ

আৰক্ষী, অৰ্ধসামৰিক বাহিনী সকলো সাজু

ইয়াৰ মাজতে কেন্দ্ৰৰ আলোচনাক লৈ নতুন প্ৰস্তাৱ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.