Assamleatest updateSocial

উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে শ’লঠেকত আফতাব উদ্দিন মোল্লা

IPC 295(A)/153A (1)B/505(2) ধাৰাত গোচৰ ৰুজু আফতাবুদ্দিনৰ বিৰুদ্ধে

উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে শ’লঠেকত আফতাব উদ্দিন মোল্লা
দিছপুৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ জলেশ্বৰৰ বিধায়কজনক
বিধায়ক আৱাসৰ ‘F’ ব্লকৰ পৰা গ্ৰেপ্তাৰ বিধায়কগৰাকীক
বিধায়ক ৱাজেদ আলী চৌধুৰীৰ আৱাসৰ পৰা গ্ৰেপ্তাৰ মোল্লাক
মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্যৰ পিছতে আটক আৰক্ষীৰ
‘ক্ষমা খুজিলেও আইনে আইনৰ কাম কৰিব’
দলীয় ৰাজহুৱা সভাত কৰিছিল এই বিতৰ্কিত মন্তব্য
বিধায়ক মোল্লাৰ মন্তব্যৰ পিছতে সৃষ্টি হৈছিল জোকাৰণিৰ
প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ভিন্নজনে
সেওমানি ক্ষমা খোজাৰ পিছতো ACTION আৰক্ষীৰ
নিশাটো ৰখা হ’ল আৰক্ষীৰ বিশেষ SBৰ SOU থানাত
৩টা জামিন অযোগ্য ধাৰাত গ্ৰেপ্তাৰ

কেইবাটাও ধাৰাত গোচৰ ৰুজু বিধায়ক আফতাবুদ্দিনৰ বিৰুদ্ধে
দুটা সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰাৰ অভিযোগ
ধৰ্মীয় আৱেগ-অনুভূতিত আঘাত হনাৰ অভিযোগ
IPC 295(A)/153A (1)B/505(2) ধাৰাত গোচৰ ৰুজু
একোটা গোচৰৰ বিপৰীতে ৩ বছৰ পৰ্যন্ত হ’ব পাৰে কাৰাদণ্ড
ৰুজু হোৱা আটাইকেইটাই জামিনবিহীন গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.