অসমদুৰ্ঘটনাদৈনিক বাতৰি

দাতাই দিলেও বিধাতাই নিদিয়ে! নিজ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ যাওতেই হ’ল দুৰ্ঘটনা

আজি কাৰ্বি আংলং জিলাত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা উপলক্ষে বিভিন্ন স্থানৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ যোৱাৰ সময়তে নগাঁৱৰ কঠিয়াতলীত সংঘটিত হৈছে এক দুৰ্ঘটনা

আজি কাৰ্বি আংলং জিলাত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা উপলক্ষে বিভিন্ন স্থানৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ যোৱাৰ সময়তে নগাঁৱৰ কঠিয়াতলীত সংঘটিত হৈছে এক দুৰ্ঘটনা।

পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত হয়৷ যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয়৷

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত পৰিস্থিতি উতপ্ত হৈ পৰে৷ দুৰ্ঘটনাৰ বহু সময়ৰ পিছতো কঠিয়াতলী চাৰিআলিত উপস্থিত হোৱা নাছিল কোনো আৰক্ষীৰ লোক। বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.