Government Schemeঅসমভাৰতভ্ৰমণ

আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী! ব্যস্ত দলীয় নেতা-কৰ্মী, আৰক্ষী-প্ৰশাসন

প্রথমবাৰৰ বাবে কাৰ্বি আংলং ভ্ৰমণ কৰিব PMএ

◼️আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী

◼️ডিব্রুগড়, ডিফুত জনসভাত অংশ ল’ব PMএ

◼️মুকলি কৰিব ৰাজ্যৰ ৭ খনকৈ কেন্সাৰ হাস্পতাল

◼️প্রথমবাৰৰ বাবে কাৰ্বি আংলং ভ্ৰমণ কৰিব PMএ

◼️প্রধানমন্ত্রীৰ আগমনকলৈ ব্যাপক তৎপৰ চৰকাৰ

◼️ব্যস্ত দলীয় নেতা-কৰ্মী, আৰক্ষী-প্ৰশাসন

◼️আজি ডিব্রুগড়, ডিফুত স্থানীয় বন্ধ ঘোষণা

◼️ডিব্রুগড়ত বন্ধ থাকিব সকলো চাহ বাগিচা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − one =

Back to top button