অসমৰাজনৈতিক

মিনি দিছপুৰত পৰিণত হাফলং

তৃতীয়বাৰৰ বাবে গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক

মিনি দিছপুৰত পৰিণত হাফলং।

আজি হাফলঙত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ বাবে হাফলঙলৈ ৰাওনা হৈছে মন্ত্ৰী-বিষয়াসকল। হাফলঙলৈ মন্ত্ৰী-বিষয়াসকলৰ আগমনৰ পূৰ্বে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পাহাৰীয়া চহৰখন।

উল্লেখ্য যে ধেমাজি, বঙাইগাঁৱৰ পাছত এইবাৰ হাফলঙত অনুষ্ঠিত হ’ব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক। বৈঠকৰ বাবে মন্ত্ৰী-বিষয়াসকল ভ্ৰমণ কৰিব লাগিব নগাঁও, মৰিগাঁও, হোজাই জিলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.