অসমউৎসৱগুৱাহাটীভাৰতমনোৰঞ্জনসংস্কৃতি

তিতাবৰৰ বৰহোলাত সমূহীয়া বিবাহ। একেলগে বিয়াত বহিল ২৯ যোৰা দৰা-কইনা।

আয়তীৰ উৰুলিৰে মুখৰ সোণাৰি কুৰি নামঘৰৰ বাকৰি।

তিতাবৰৰ বৰহোলাত সমূহীয়া বিবাহ

একেলগে বিয়াত বহিল ২৯ যোৰা দৰা-কইনা

আয়তীৰ উৰুলিৰে মুখৰ সোণাৰি কুৰি নামঘৰৰ বাকৰি

অগণন ৰাইজৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ

উল্লেখ্য যে কেইবা বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈ থকা এইসকল দৰা-কইনা বঞ্চিত হৈ আছিল সামাজিক স্বীকৃতিৰ পৰা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই অনুষ্ঠিত হৈছে এই সামূহিক বিবাহ কাৰ্যসূচীৰ। অগনণ ৰাইজৰ উপস্থিতিত বিয়ানামেৰে উদুলী মুদুলী হৈ পৰিছে ৰজাবাহৰ সোনাৰি কুৰি গাঁৱৰ বিবাহস্থলী। পুৰুহিতৰ মন্ত্ৰ, ধৰ্মীৰ ৰীতিনীতিৰে সম্পন্ন হয় ২৯ যোৰকৈ দৰা-কইনাৰ বিবাহ৷ এনেদৰে ৰাজহুৱাভাৱে অগ্নিক সাক্ষী কৰি বিবাহ সম্পন্ন হোৱাত অতিকৈ আনন্দিত হৈ পৰে দৰা-কইনাসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.