Wedding News

অসম

তিতাবৰৰ বৰহোলাত সমূহীয়া বিবাহ। একেলগে বিয়াত বহিল ২৯ যোৰা দৰা-কইনা।

তিতাবৰৰ বৰহোলাত সমূহীয়া বিবাহ একেলগে বিয়াত বহিল ২৯ যোৰা দৰা-কইনা আয়তীৰ উৰুলিৰে মুখৰ সোণাৰি কুৰি নামঘৰৰ বাকৰি অগণন ৰাইজৰ উপস্থিতিত…

Read More »
অসম

হোমৰ গুৰিত ঢলং-পলং সুৰাসক্ত দৰা ! মদৰ বাবেই ভাঙিল এখন বিয়া !

নলবাৰীৰ এখন বিবাহক লৈ চলিছে চৰ্চা। নলবাৰীৰ বৰখনাজানত আছিল এইখন বিয়া। দৰা আছিল নলবাৰীৰ গোপালবজাৰৰ। কইনা আনিবলৈ গৈ সুৰামত্ত দৰা হোমৰ গুৰিতে বাগৰি পৰিল। অভিযোগ মতে দৰাৰ পিতৃও সুৰাসক্ত হৈ আছিল। দৰাৰ এনে ৰূপ দেখি কইনাই ল’লে চৰম সিদ্ধান্ত। মাতাল দৰাৰ লগত বিয়াত নবহাৰ সিদ্ধান্ত ল’লে কইনাই। হাহাকাৰ লাগিল ৰভাস্থলিত। অৱশেষত ৰভাস্থলিত  উপস্থিত  হব লগা হল আৰক্ষীৰ দল। কইনাৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাই পৰিয়ালেও। আৰু অৱশেষত  কইনা অবিহনে উভতিল সুৰাসক্ত দৰা।  

Read More »
ভাৰত

আজৱ ঘটনা ! সাজি-কাচি ৰৈ আছিল কইনা কিন্তু দৰাই পাহৰিলে বিবাহৰ তাৰিখ , বিচাৰিলে বিলাসী বাহন

প্ৰতিজনি যুৱতীৰ বাবেই তেওঁৰ বিবাহৰ দিনটো অতি বিশেষ। সেই দিনটোত কইনা গৰাকীয়ে সাজি-কাচি দৰাৰ বাবে ৰৈ থাকে। কিন্তু কইনাক নিবলৈ…

Read More »
মনোৰঞ্জন

প্ৰেমৰ দিনটোতেই হাৰ্দিক-নাতাছাৰ বিবাহ… তালিকাত কোন কোন?

তিনিবছৰ পাছত বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে হার্ডিক পাণ্ডিয়া। প্ৰেমৰ দিনটোতেই প্রেমিকা নাতাছা ষ্টেনকোভিচৰ সৈতেই বিবাহপাশত আৱদ্ধ হ’ব ভাৰতীয় ক্রিকেট তারকাগৰাকী।…

Read More »
মনোৰঞ্জন

ৰণবীৰৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ’ল আলিয়া ! পিছে কেতিয়া?

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বলিউডৰ বহুল চৰ্চিত তাৰকা যুটী আলিয়া-ৰণবীৰ। প্ৰেমিক চৰাই হালৰ বিবাহক লৈ দীৰ্ঘদিন ধৰি বলিউডত বহুতো…

Read More »
Back to top button