অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অৱশেষত সন্ধান ওলাল অসম গৌৰৱ বঁটাপ্ৰাপক শীলা গোৱালাৰ পুত্ৰ হিমাংশু গোৱালা

ভজো ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ হিমাংশু গোৱালাক

অৱশেষত সন্ধান ওলাল অসম গৌৰৱ বঁটাপ্ৰাপক শীলা গোৱালাৰ পুত্ৰ হিমাংশু গোৱালা

ভজো ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ হিমাংশু গোৱালাক

গুৱাহাটীৰ পৰা ৰে’লত আহিছিল নিৰুৰ্দ্দিষ্ট হিমাংশু

সোমবাৰৰ পৰা সন্ধানহীন আছিল হিমাংশু গোৱালা

বিদ্যালয় চৌহদতে পুত্ৰৰ সন্মুখতে অপদস্থ হৈছিল মাতৃ

ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈছিল পুত্ৰ হিমাংশু গোৱালা

উল্লেখ্য যে আশাকৰ্মী শীলা গোৱালাৰ দুই সন্তান সোনাৰি টাউন হাইস্কুলত অধ্যয়নত আৰু পৰীক্ষা ৰিজাল্ট দিয়াৰ পাছত এজন পুত্ৰক মাত্ৰ ৭০ টকাৰ বাবে ফলাফল উইথেল কৰি ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষ‌ই। দুই পুত্ৰৰ নতুন ক্লাছত নামভৰ্ত্তিৰ বাবে বিদ্যালয়খনত আশাকৰ্মীগৰাকী উপস্থিত হোৱাত এজন পুত্ৰৰ পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে কেইবাগৰাকীও শিক্ষকে ছাত্র-ছাত্ৰীৰ সন্মুখতে অপদস্থ কৰিছিল অসম গৌৰৱ বঁটাপ্ৰাপক শীলা গোৱালাক। আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈছিল শীলা গোৱালাৰ পুত্ৰ হিমাংশু গোৱালা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.