AssamEducationSocialঅসম

তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপকৰ্ম কৰাৰ চেষ্টা প্ৰধান শিক্ষকৰ

বিহালীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা

বিহালীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা।এইবাৰ তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপকৰ্ম কৰাৰ চেষ্টা প্ৰধান শিক্ষকৰ।চাজিন কন্দ নামৰ শিক্ষকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন ।অভিযোগৰ পিছতে টেট শিক্ষক জনক আটক কৰিছে বিহালী আৰক্ষীয়ে,বিহালীৰ বটিয়ামাৰীৰ প্ৰবিতা দেৱী প্ৰাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল চাজিন কন্দ ।চাজিন কন্দক গোচৰ নং 78/25 U/S74/75(2)BNSR,/W,Sec75of JJ act অধীনত জে’ল হাজোতলৈ প্ৰেৰণ কৰে বিহালী আৰক্ষীয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.