Government Schemeভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ৰাষ্ট্রীয় স্ক্রেপিং নীতি মুকলি প্রধানমন্ত্রী মোদীৰ

প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রীয় স্ক্রেপিং নীতি বিকাশৰ বহনক্ষম আৰু পৰিৱেশ বন্ধুত্বমূলক

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে, দেশৰ বিকাশৰ যাত্রাত গুৰুত্বপূর্ণ মাইলৰ খুঁটি ৰাষ্ট্রীয় স্ক্রেপিং নীতি৷ ইয়ে পথৰ পৰা অনুপযোগী যান–বাহন আঁতৰ কৰাত বৃহৎ ভূমিকা ল’ব আৰু ই কেৱল যান–বাহন খণ্ডতে নহয়, সকলো খণ্ডতে ইতিবাচক পৰিৱর্তন আনিব৷ গুজৰাটত অনুষ্ঠিত বিনিয়োগকাৰী সন্মিলন ভিডিঅ’ কনফাৰেঞ্চযোগে সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রীয় স্ক্রেপিং নীতি মুকলি কৰি দেশবাসীক উদ্দেশ্যি এই মন্তব্য আগবঢ়ায়৷

ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি প্রযুক্তি আৰু উদ্ভানৰ প্রাসংগিকতা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রীয় স্ক্রেপিং নীতি বিকাশৰ বহনক্ষম আৰু পৰিৱেশ বন্ধুত্বমূলক৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.