AssamEducationnorth eastSocialঅসমচাকৰি

ৰাজ্যৰ শিক্ষক সমাজলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

নিৰ্ধাৰিত সময়ত উপস্থিত নহ’লে কৰ্তন হ’ব দৰমহা

ৰাজ্যৰ শিক্ষক সমাজলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

শিক্ষাসেঁতু প’ৰ্টেলত উপস্থিত বাধ্যতামূলক

উপস্থিতিৰ সময়, বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব প’ৰ্টেলত

নিৰ্ধাৰিত সময়ত উপস্থিত নহ’লে কৰ্তন হ’ব দৰমহা

নিৰ্ধাৰিত সময়তকৈ ১৫ মিনিট পলম হ’লে নৈমিত্তিক ছুটি গণ্য

নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিদ্যালয় এৰিলেও নৈমিত্তিক ছুটি

এমাহত দুবাৰতকৈ বেছি দিন নিৰ্দেশ অমান্য কৰিলে ব্যৱস্থা গ্ৰহণ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.