leatest updateঅসমদৈনিক বাতৰি

লাম্পিৰ ভয়াবহতা! নাৰায়ণপুৰত উদং হৈছে বহু পৰিয়ালৰ গোহালি।

নাৰায়ণপুৰ আৰু মাজুলীৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰৰ বহুকেইখন গাঁৱত লাম্পি ৰোগে লৈছে ভয়াৱহ ৰূপ।

নাৰায়ণপুৰৰ নৈপৰীয়া অঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰিছে লাম্পিয়ে৷ উদং হৈছে বহু পৰিয়ালৰ গোহালি৷ নাৰায়ণপুৰ আৰু মাজুলীৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰৰ বহুকেইখন গাঁৱত লাম্পি ৰোগে লৈছে ভয়াৱহ ৰূপ। এই ৰোগ বিধৰ বাবে নাৰায়ণপুৰৰ অধিকাংশ পৰিয়ালৰ গোহালী এক প্ৰকাৰ উদং হৈ পৰিছে৷

ইতিমধ্যে যথেষ্ট সংখ্যক গৰু মৃত্যু মুখত পৰিছে৷ ইমানৰ পিছতো ৰাজ্যৰ বিয়াগোম পশুপালন বিভাগে কোনো গুৰুত্ব নিদিয়াত দিশহাৰা হৈ পৰিছে কৃষকসকল৷ শীঘ্ৰে ৰোগ প্ৰতিৰোধৰ দাবী জনাইছে নৈ পৰীয়া ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.