অসমদুৰ্ঘটনা

পাঠদান চলি থাকোতে শিক্ষাৰ্থীৰ মুৰত খহি পৰিল লোহাৰ খিৰিকি

লোহাৰ খিৰিকি মূৰত পৰি আহত ৩গৰাকী ছাত্ৰী

◼️শুৱালকুছিৰ এঞ্জেলচ ইংলিছ স্কুলত অঘটন

◼️পাঠদান চলি থাকোতে ভাঙি পৰিল খিৰিকী

◼️লোহাৰ খিৰিকি মূৰত পৰি আহত ৩গৰাকী ছাত্ৰী

◼️আহত ছাত্ৰীকেইগৰাকীক GMCHলৈ প্ৰেৰণ

◼️বিদ্যালয়খনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ

◼️নিৰাপত্তাহীনতাত ভুগিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

◼️ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তিত অভিভাৱক

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.