অভয়াকুঁটি কাণ্ডৰ আইনী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ! দোষীৰ শাস্তিক লৈ দুই পক্ষৰ অন্তিম যুঁজ…
প্ৰসংগঃ কোকৰাঝাৰৰ অভয়াকুঁটিৰ দলবদ্ধ ধৰ্ষণ
◾প্ৰসংগঃ কোকৰাঝাৰৰ অভয়াকুঁটিৰ দলবদ্ধ ধৰ্ষণ
◾অভয়াকুঁটি কাণ্ডৰ আইনী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ
◾আৰম্ভ কোকৰাঝাৰ সত্ৰ আৰু সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতত
◾একেখন আদালতে ৭ এপ্ৰিলত দোষী সাব্যস্ত কৰিছিল ৩ অভিযুক্তক
◾দোষীৰ শাস্তিক লৈ চলিছে দুই পক্ষৰ অন্তিম যুঁজ
◾শাস্তিৰ ৰায়দান শুনিবলৈ উৎকণ্ঠা ৰাইজৰ মাজত
◾২০২১ চনৰ ১১ জুনত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা
◾৩ অভিযুক্ত ফৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ, মোজাম্মেল শ্বেখ
◾আজি আদালতত চূড়ান্ত শাস্তিৰ ৰায়দান
◾ইতিমধ্যে আদালতে দোষী সাব্যস্ত কৰিছে ৩ অভিযুক্তক