অপৰাধঅসম

চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতীৰ মৃতদেহ কিন্তু হত্যা নে আত্মহত্যা?

ৰহস্যৰ আৱৰ্তত এয়া হত্যা নে আত্মহত্যাৰ ঘটনা

◾ কাছাৰত চাঞ্চল্যকৰ ঘটনা

◾ চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতীৰ মৃতদেহ

◾ মৃত যুৱকজন সুমিত দাস

◾ বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়

◾ ঘটনাস্থলীত উদ্ধাৰ এখন ভোটাৰ কাৰ্ড

◾ ঘটনাস্থলীত উপস্থিত পালংঘাট আৰক্ষী

◾ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCHলৈ প্ৰেৰণ

◾ ৰহস্যৰ আৱৰ্তত এয়া হত্যা নে আত্মহত্যাৰ ঘটনা

◾ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.