অপৰাধঅসমগুৱাহাটী

মহানগৰীত টকাৰ উজান উঠিছে

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ প্ৰায় ডেৰ কোটি টকা

গুৱাহাটী মহানগৰীত টকাৰ উজান

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ প্ৰায় ডেৰ কোটি টকা

জব্দ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা

ধন জব্দ কৰাৰ লগতে আটক ৩ সৰবৰাহকাৰী

আটক অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ

অৰুণাচলৰ পৰা আহি বাহৰ পাতিছিল গুৱাহাটীৰ হোটেলত

হোটেলৰ পৰা ষ্টেচনলৈ যাওতেই তিনিওকে কৰায়ত্ত RPFৰ

তেজছ এক্সপ্ৰেছেৰে দিল্লীলৈ নিবৰ বাবে আনিছিল টকাখিনি

আদালতত হাজিৰ কৰা হ’ব তিনিও জন ব্যক্তিকে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.