অসমদৈনিক বাতৰি

ৰূপনগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! নিৰ্মাণ হ’ব নতুন উপায়ুক্তৰ কাৰ্যালয়

প্ৰায় ৫০-৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব প্ৰকল্প

⬛ ৰূপনগৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।

⬛ ৰূপনগৰত নিৰ্মাণ হ’ব নতুন জিলা উপায়ুক্তৰ কাৰ্যালয়।

⬛ কামৰূপ(ম) উপায়ুক্ত কাৰ্যালয়ৰ ভূমি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে।

⬛ ৩টাকৈ কাৰ্যালয় পূৰ্বৰ স্থানৰ পৰা কৰা হ’ব স্থানান্তৰণ।

⬛ নিৰ্মাণ হ’ব ৰাজহ চক্ৰ, পঞ্জীয়কৰ নতুন কাৰ্যালয়।

⬛ ৰূপনগৰত ১০বিঘা ভূমি কাৰ্যালয় নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হৈছে।

⬛ ৩ বছৰৰ ভিতৰত প্ৰকল্পৰ কাম শেষ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ।

⬛ৰূপনগৰৰ কাৰ্যালয়টো নিৰ্মাণ হ’ব ৫ মহলীয়া আৰ্হিত।

⬛ কাৰ্যালয় চৌহদত থাকিব ২০০ বাহন পাৰ্কিঙৰ ব্যৱস্থা।

⬛ প্ৰায় ৫০-৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ’ব প্ৰকল্পটো।

⬛ তদুপৰি ৰাজ্যত নিৰ্মাণ হ’ব ১০টা নতুন উপায়ুক্তৰ কাৰ্যালয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button