Socialঅসম

ৰাজ্যিক কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে?

এইবাৰৰ পৌৰ সভা নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব EVM, প্রদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা

শুকুৰবাৰে সম্পন্ন হ’ল ৰাজ্যিক কেবিনেট বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। সংবাদমেলত স্বাস্থ্য মন্ত্ৰীৰ মন্তব্যঃ-

◼গৰুখুটি প্রকল্পক আত্মনিৰ্ভৰশীলতাৰ প্রতীক হিচাপে গণ্য কৰা হ’ব

◼১০ দিনৰ ভিতৰত প্রতিগৰাকী মন্ত্রীয়ে গৰুখুটি ভ্ৰমণ কৰিব

◼এইবাৰৰ পৌৰ সভা নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব EVM

◼প্রদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা

◼বঁটা সন্দৰ্ভত শনিবাৰে ঘোষণা কৰিব মুখ্যমন্ত্রীয়ে

◼APDCLক ঋণমুক্ত কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

◼APDCLৰ অংশীদাৰিত্ব ৰাজ্য চৰকাৰৰ

◼পূৰ্বৰ ৯৩১. ৫১ লাখ ঋণ অংশীদাৰিত্বলৈ ৰূপান্তৰ

◼৩ হাজাৰ ৩৬৬.৯২ লাখ গ্রাণ্ট অংশীদাৰিত্বলৈ ৰূপান্তৰ

◼অ’মিক্রণ প্ৰজাতিক লৈ স্বাস্থ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য

◼ইতিমধ্যে ভাৰতবৰ্ষত অ’মিক্রণত আক্রান্ত হৈছে দুজন

◼শীঘ্রে SOP প্ৰস্তুত কৰিব ৰাজ্য চৰকাৰে

◼নতুন SOPৰ ক্ষেত্ৰত মুখ্যমন্ত্রীৰ সৈতে কৰা হৈছে পৰ্যালোচনা বৈঠক।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.