অৰ্থনৈতিকঅসম

সুৰাপায়ীৰ বাবে বেয়া খবৰ! বৃদ্ধি পালে সুৰাৰ মুল্য..

১৫ শতাংশলৈ বৃদ্ধি হ’ল বিলাতী সুৰাৰ মুল্য

সুৰাপায়ীসকলৰ বাবে এটা বেয়া খবৰ! পেট্ৰ’ল–ডিজেলত ভেট হ্ৰাস কৰাৰ পিছত এইবাৰ চৰকাৰৰ চকু সুৰাৰ ওপৰত।  বৃদ্ধি পালে সুৰাৰ মুল্য। ৰাজ্য চৰকাৰে দাম বঢ়ালে বিলাতী সুৰাৰ। ১৫ শতাংশলৈ বৃদ্ধি হ’ল বিলাতী সুৰাৰ মুল্য।

ৰাজ্যৰ বিত্তীয় পৰিস্থিতি উন্নত কৰিবলৈ সহজ পন্থা হিচাপে ৰাজ্য চৰকাৰে ভাৰতত নিৰ্মিত বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি কৰিছে।

ৰাজ্যৰ আবকাৰী বিভাগে ৪ ডিচেম্বৰত এই সম্পৰ্কে অধিসুচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি, ভাৰতত নিৰ্মিত সকলো ব্ৰেণ্ডৰ সুৰাৰ মূল্যবৃদ্ধি কৰা হৈছে। ৰাজহ ঘাটি পূৰণৰ লক্ষ্যৰে সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.