অসমদৈনিক বাতৰিভাৰত

সমগ্ৰ দেশৰ লগতে তেজপুৰতো নেতাজীৰ জন্ম জয়ন্তী উদযাপন

তেজপুৰত অনুষ্ঠিত হয় স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী

সমগ্ৰ দেশৰ লগতে তেজপুৰতো নেতাজীৰ জন্ম জয়ন্তী। তেজপুৰত অনুষ্ঠিত হয় স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী।

১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাত জন্মগ্ৰহণ কৰা নেতাজী সুভাষচন্দ্ৰ বসু জড়িত হৈ পৰিছিল দেশৰ স্বাধীনতা আন্দোলনত। দেশক শৃংখল মুক্ত কৰাৰ লক্ষৰে গঠন কৰিছিল আজাদ হিন্দ ফৌজ।

তেজপুৰ নেতাজী সংঘৰ উদ্যোগত আৰু তেজপুৰবাসীৰ সহযোগত উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী। ক’ভিড প্ৰটকলৰ মাজতে অনুষ্ঠুপীয়াকৈ পালন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী। নেতাজীৰ প্ৰতিমূৰ্তি মাল্যাৰ্পন কৰে তেজপুৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বমী আৰু বহুলোকৰ উপস্থিতত বণাঢ়্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.