ক্ৰিকেটখেলমনোৰঞ্জন

সামাজিক মাধ্যমত ইতিহাস সৃষ্টি ক্ৰিকেটাৰ বিৰাট কোহলীৰ

সামাজিক মাধ্যমত খলকনি বিৰাটৰ

সামাজিক মাধ্যমত ইতিহাস সৃষ্টি কৰিলে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিয়ে শেহতীয়াকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম যেনে Twitter, Instagram আৰু Facebookত ৫০ মিলিয়ন (50 M) followers অতিক্ৰম কৰি ইতিহাসৰ সৃষ্টি কৰিছে। ক্ৰিকেটাৰ বিৰাটৰ ইনষ্টাগ্ৰামত followers ২২৫ মিলিয়ন(225M)।

 

ইনষ্টাগ্ৰাম followersৰ ক্ষেত্ৰত ৫০৫ মিলিয়ন followersৰে শীৰ্ষত আছে ৰোনাল্ডো। আনহাতে মেছিয়ে ৩৮১ মিলিয়নেৰে লাভ কৰিছে দ্বিতীয় স্থান। ২২৫ মিলিয়নেৰে তৃতীয় স্থানত আছে বিৰাট কোহলী। আনহাতে নেইমাৰ জুনিয়ৰে ১৮৭ মিলিয়নেৰে লাভ কৰিছে চতুৰ্থ স্থান।

 

শেহতীয়াকৈ এখন খেলত কোহলীয়ে ছিক্স ইনিংছত ২৯৬ ৰান সংগ্ৰহ কৰি ২০২২ চনৰ টি-২০ বিশ্বকাপত শীৰ্ষ স্ক’ৰাৰ হিচাপে আত্মপ্ৰকাশ কৰে। পাকিস্তানৰ বিৰুদ্ধে ৫৩টা বলত ৮২* ৰাণ সংগ্ৰহ কৰে বিৰাটে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.