অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।

ফাঁচী বজাৰৰ গোপাল মহাৰাজ নামৰ এখন ৰেষ্টুৰেণ্টত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে।

দহখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিৰ্বাপন  কৰা হয়। সময়মতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন অহাৰ বাবে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ পৰা ৰক্ষা পৰে অঞ্চলটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.